মূল্যবৃদ্ধিৰ মাজতে এক সুখবৰ ! পেট্ৰ'লৰ দাম আজি মাজনিশাৰ পৰা ৮টকা হ্ৰাস পাব, ক'ত কমিব দাম ?

Petrol Price Today: প্ৰতি লিটাৰ প্ৰেট্ৰ’লত ৮ টকাকৈ কমিব ৷ পূৰ্বৰ ৩০% ৰ সলনি পেট্ৰ’লৰ ওপৰত প্ৰযোজ্য হ’ব ১৯.৪০ শতাংশ ভেট । নতুন দিল্লীত পেট্ৰ’লত আৰোপিত ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ ফলত দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮ টকাকৈ হ্ৰাস পাব ।

প্ৰতি লিটাৰ পেট্ৰ’লত হ্ৰাস পাব ৮ টকাকৈ । পূৰ্বৰ ৩০ শতাংশৰ সলনি পেট্ৰ’লৰ ওপৰত প্ৰযোজ্য হ’ব ১৯.৪০ শতাংশ ভেট । ইয়াৰ ফলত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮ টকাকৈ হ্ৰাস পাব ।

বুধবাৰৰ মাজনিশাৰ পৰা প্ৰযোজ্য হ’ব পেট্ৰ’লৰ নতুন নিৰিখ । পেট্ৰ’লৰ প্ৰতি লিটাৰ মূল্য ৯৫.৯৭ টকা হ’ব । দেশৰ ৰাজধানী নতুন দিল্লীত পেট্ৰ’লত আৰোপিত ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ ফলত দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮ টকাকৈ হ্ৰাস পাব । বৰ্তমান ৰাজধানী চহৰখনত পেট্ৰ’লৰ প্ৰতি লিটাৰৰ মূল্য ১০৩.৯৭ টকা ।

Source: News 18 Assam